Xophura সঁফুৰা » Sananta Tanti

মই তোমালোকৰ মই তোমালোকৰ
– সনন্ত তাঁতি

উবৰ্ৰ মাটিৰ খেতিত ই প্সিত শস্যৰ বাবে

মই তোমালোকৰ প্ৰাৰ্থিত প্ৰতিখন হাতৰ তৃণ

স্থিতি আৰু ধ্বংসৰ বিস্তৃত ভাস্কয্যৰ্ৰ নিৰ্মাণ

তোমালোকৰ যন্ত্ৰনা কাতৰ কন্ঠস্বৰৰ অমোঘ ঘোষণা

মাটিৰ সতে মাটি সানি মোৰ ই প্সিত শস্যৰ বাবে

মই তোমালোকৰ অন্ধকাৰৰ অবিৰল আলোৰ দ্যোতনা

নৈ:শব্দত প্ৰগাঢ় সুৰৰ ধ্বনি

স্থিতি আৰু ধ্বংসৰ বিস্তৃত ভাস্কয্যৰ্ৰ নিৰ্মাণ

তোমালোকৰ বন্ধ মূখৰ সংলাপ

মই তোমালোকৰ মই তোমালোকৰ