লক্ষ্মীনাথ বেজবৰুৱা

ফুলিল মালতী ফুল, সৰি পৰি গ’ল;

বিলোৱা সৌৰভ মাত্ৰ জগতত ৰ’ল |

ভাগি গ’ল বীণখনি, ছিগি গ’ল তাঁৰ

ৰৈ গ’ল অৱশেষ অমিয়া জোঁকাৰ |