– দুগেৰ্শ্বৰ শৰ্মা

যদিও ওপজে জোন পুৱালী দেশত,
সকলোৰে মন মোহে ধন আদৰৰ:
দেশে দেশে গায় গীত কুলি কেতেকীয়ে,
দেশ নাই প্ৰতিভাৰ, তুমি জগতৰ |

Leave a Reply