– দুৰ্গেশ্বৰ শৰ্মা

সদায় চকুৰে দেখা গছ পাতটিও
     ছবিটিত ভাল হৈ পৰে;
সদায় কাণেৰে শুনা সৰু কথাটিও
     গীত হলে প্ৰাণ টানি ধৰে |