An archive on Assam and Assamese literature
- লক্ষ্মীনাথ বেজবৰুৱা
নিকুঞ্জ লতা সপোন মগন বাঁহীৰ অমিয়া পি, বসন্তই বঢ়ালে সপোনৰ ৰাগী মূৰত হাত বুলাই দি | মলয়া বতাহে লতাটি জগালে মেলিলে ফুলৰে চকু, জোনাকে ঢালিলে সুধাৰ নিজৰা উপচি পৰিল বুকু |
নিকুন্জ লতা > নিকুঞ্জ লতা বানানটো শুদ্ধৰাই দিয়া হ’ল৷
You must be logged in to post a comment.
Copyright © 2012 Xophura সঁফুৰা - All Rights ReservedPowered by WordPress & the Atahualpa WP Theme by BytesForAll. Now with Tutorials & Support
নিকুন্জ লতা > নিকুঞ্জ লতা
বানানটো শুদ্ধৰাই দিয়া হ’ল৷